पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ধীশক্তি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ধীশক্তি   বিশেষ্য

अर्थ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

उदाहरणे : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

समानार्थी : জ্ঞান, ধী, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা

अर्थ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব

उदाहरणे : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল

समानार्थी : চতুৰতা, চাতুর্য, চাতুৰী, ধী, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা

चौपाल