सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দ্রৱত কোনো বস্তু মিহলি হোৱা কার্য
उदाहरणे : পানীত চেনি দ্রৱীভূত কৰি চৰবত তৈয়াৰ কৰা হয়
अर्थ : যি দ্রৱৰ দৰে পাতল হৈ পৰিল বা গলিত
उदाहरणे : পর্বতৰ গলিত হিমৰ বাবে সমুদ্রৰ স্তৰ বৃদ্ধি পায়
समानार्थी : গলিত, দ্রৱিত
अर्थ : দয়াৰে পৰিপূর্ণ ্হোৱা
उदाहरणे : ৰমেশৰ দশা দেখি মোহনৰ হৃদয় বিগলিত হৈ উঠিল
समानार्थी : বিগলিত
स्थापित करा