पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দৌল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দৌল   বিশেষ্য

अर्थ : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়

उदाहरणे : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়

समानार्थी : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, মন্দিৰ

अर्थ : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ

उदाहरणे : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়

समानार्थी : দʼল, দেৱগৃহ, দেৱালয়, ধর্মমন্দিৰ, মন্দিৰ

দৌল   বিশেষণ

अर्थ : অনেক ৰং থকা

उदाहरणे : দৌল এক বাৰেৰহনীয়া উৎসৱ

समानार्थी : দৌল উৎসৱ, দৌলোৎসৱ, ফল্গুৎসৱ, ফাকুৱা

चौपाल