पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দোষাৰোপ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দোষাৰোপ   বিশেষ্য

अर्थ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য

उदाहरणे : অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়

समानार्थी : দোষাৰোপন

अर्थ : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত

उदाहरणे : দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল

समानार्थी : দোষনিৰ্ণয়

अर्थ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

उदाहरणे :

समानार्थी : অনুযোগ, অভিযোগ, দোষাৰোপন, দোষী, নালিছ

अर्थ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

उदाहरणे : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

समानार्थी : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষ, দোষাৰোপণ, দোষীকৰা-, নালিছ

चौपाल