सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শৰীৰ বিজ্ঞান অনুসৰি শৰীৰৰ কোনো অংগ-প্রত্যংগক আৱৰি ৰখা এক ধৰণৰ আৱৰণ
उदाहरणे : বাহিকা নলীৰ বেধ অলপ শকত কশিকা নলীৰ ভিত্তিও থাকে
समानार्थी : বেধ, ভিত্তি
अर्थ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
उदाहरणे : শিলেৰে বনোৱা বেৰ মজবুত হয়
समानार्थी : প্রাচীৰ, বেৰ, বেৰা, ৱাল
स्थापित करा