सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী
उदाहरणे : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে
समानार्थी : দেৱ, দৈত্যাৰি, সুৰ
अर्थ : সহৃদয়, ধার্মিক আৰু আনৰ সহায় কৰা ব্যক্তি
उदाहरणे : মহাত্মা গান্ধী দেৱতা আছিল
स्थापित करा