पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দেৱগৃহ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দেৱগৃহ   বিশেষ্য

अर्थ : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়

उदाहरणे : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়

समानार्थी : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, দৌল, মন্দিৰ

अर्थ : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ

उदाहरणे : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়

समानार्थी : দʼল, দেৱালয়, দৌল, ধর্মমন্দিৰ, মন্দিৰ

चौपाल