सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পৰিশোধ কৰা
उदाहरणे : দেয় ঋণৰ ৰচিদখন এতিয়াও নাপালো
समानार्थी : পৰিশোধনীয়, পৰিশোধ্য
अर्थ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
उदाहरणे : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
समानार्थी : দিবলগীয়া, বাকী
अर्थ : যিটো দিব পাৰি
उदाहरणे : এই ধনৰাশি মোৰ দেয়
समानार्थी : দাতব্য, প্রদেয়
स्थापित करा