सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দেশৰ বা দেশ সম্বন্ধীয়
उदाहरणे : ধুতি-কুর্তা ভাৰতৰ দেশীয় পোছাক
समानार्थी : দেশীয়
अर्थ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
उदाहरणे : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
समानार्थी : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশীয়, মূল, স্থানীয়
अर्थ : নিজৰ দেশত উৎপন্ন হোৱা বা তৈয়াৰ কৰা
उदाहरणे : স্বদেশী বস্তুৰ প্রয়োগ কৰা উচিত
समानार्थी : দেশজ, দেশীয়, স্বদেশী, স্বদেশীয়
स्थापित करा