अर्थ : যিজনে হৃদয়ৰ পৰা নিজ দেশৰ উন্নতি কামনা কৰে আৰু কল্যাণ হোৱাটো বিচাৰে আৰু তাৰ উন্নতিৰ হকে প্রয়াস চলায়
उदाहरणे :
আজাদ, ভগত সিঙৰ দৰে দেশভক্তসকলে স্বাধীনতাৰ কাৰণে আত্মবলিদান দিছিল
अर्थ : যি নিজ দেশক ্সঁ্চা অন্তৰেৰে ভালপাই আৰু উন্নতি হোৱাটো বিচৰাৰ লগতে নিজেও দেশৰ উন্নতিৰ হকে কাম কৰে
उदाहरणे :
সেই দেশভক্ত সৈনিকজনে মৃত্যুৰ আগলৈকে সীমান্তত যুঁজ দি থাকিল