सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অতি কম সময়ৰ কাৰণে চকুৰ সন্মুখলৈ অহা কোনো দৃশ্য
उदाहरणे : মানুহে সাধুজনৰ ক্ষণিক দৃষ্টি পাবলৈ আকুল হৈ আছিল
समानार्थी : ক্ষণিক দৃষ্টি
अर्थ : দেখা কার্য
उदाहरणे : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
समानार्थी : অৱলোকন, চোৱা-, দর্শন, নেত্রপাত, বিলোকন, লক্ষ্য
अर्थ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
उदाहरणे : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
समानार्थी : অৱলোকন, চোৱা-চিতা
स्थापित करा