पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দৃষ্টান্ত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দৃষ্টান্ত   বিশেষ্য

अर्थ : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ

उदाहरणे : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে

समानार्थी : উদাহৰণ, উপমা

अर्थ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

उदाहरणे : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

समानार्थी : আর্হি, উদাহৰণ, নজিৰ, নমুনা, নিদ্্র্শন

अर्थ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

उदाहरणे : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

समानार्थी : উদাহৰণ, নমুনা

चौपाल