अर्थ : দৃঢ়তা সহকাৰে
उदाहरणे :
তেওঁ দৃঢ়তাৰে প্রহাৰ কৰিলে
समानार्थी : জোৰকৈ, জোৰেৰে, দৃঢ়তাপূর্বক, দৃঢ়তাৰে
अर्थ : ইচ্ছা বা সংকল্পৰ সৈতে
उदाहरणे :
মই দৃঢ়তাৰে কৈছো যে এই কামটো কৰিহে মই স্বস্তিৰ নিশ্বাস লʼম
समानार्थी : দৃঢ়তাপূর্বক, দৃঢ়তাৰে, নিশ্চয়তাৰে, সংকল্পসহিতে, সংকল্পৰ সৈতে