पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দৃঢ় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দৃঢ়   বিশেষণ

अर्थ : যি সিদ্ধান্ত সলনি নহয়

उदाहरणे : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

समानार्थी : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ

अर्थ : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়

उदाहरणे :

समानार्थी : অশিথিল, মজবুত

अर्थ : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি

उदाहरणे : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল

समानार्थी : অনমনীয়, অনম্য, কঠোৰ

अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

उदाहरणे : পাহাৰ-পর্বত স্থিৰ

समानार्थी : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

चौपाल