सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
उदाहरणे :
समानार्थी : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
अर्थ : ভালৰ ওলোটা বা বিপৰীত
उदाहरणे : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
समानार्थी : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
अर्थ : যিজনে বৰ উৎপাত কৰে
उदाहरणे : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
समानार्थी : উৎপতীয়া, খটাসুৰ, বদমাচ
स्थापित करा