पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দুষ্কৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দুষ্কৰ   বিশেষণ

अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

उदाहरणे : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

समानार्थी : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুৰূহ, সুকঠিন

अर्थ : যিটো কৰিবলৈ কঠিন

उदाहरणे : হিমালয় পর্বত আৰোহণ কৰাটো কার্য

समानार्थी : দুঃসাধ্য, দুৰূহ

अर्थ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

उदाहरणे : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

समानार्थी : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুৰূহ, বিচল

चौपाल