सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো ভেদ কৰিব নোৱাৰি
उदाहरणे : এই অভেদ্য লক্ষ্যটো ভেদ কৰাই মোৰ প্রথম কাম
समानार्थी : অভেদ্য, দুশ্ছেদ্য
अर्थ : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়
उदाहरणे : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল
समानार्थी : অচ্ছেদ্য, অভেদ, অভেদনীয়, অভেদ্য
स्थापित करा