पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দুমুখীয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দুমুখীয়া   বিশেষণ

अर्थ : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে

उदाहरणे : যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে

अर्थ : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়

उदाहरणे : আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়

समानार्थी : দুফলীয়া

अर्थ : দেখাত চিধা-চাধা আৰু ভোলা কিন্তু বাস্তৱত মহা ধূর্ত

उदाहरणे : সন্তোষ এটা দুমুখীয়া মানুহ

समानार्थी : তলগুজীয়া, দোমাদলীয়া

अर्थ : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ

उदाहरणे : দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে

अर्थ : যাৰ দুখন মুখ আছে

उदाहरणे : বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে

चौपाल