सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
उदाहरणे : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
समानार्थी : জগত, বিশ্ব, সংসাৰ
अर्थ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
उदाहरणे : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
समानार्थी : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
स्थापित करा