सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অধিকভাৱে প্রসাৰিত
उदाहरणे : দীঘল ৰাস্তাটো খোজ কাঢ়ি কাঢ়ি লʼৰা-ছোৱালীবোৰে ভাগৰি পৰিছে
समानार्थी : দী্র্ঘ, লম্বা
अर्थ : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত
उदाहरणे : এই পায়জামাটো বহুত দীঘল
समानार्थी : ডাঙৰ, লম্বা
स्थापित करा