पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দিৱস शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দিৱস   বিশেষ্য

अर्थ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

उदाहरणे : সোমবাৰ সপ্তাহৰ প্রথম দিন

समानार्थी : অহ্ন, দিন, বাসৰ, বাৰ

अर्थ : নিশ্চিত বা উচিত সময়

उदाहरणे : আজি মোৰ লʼৰাটোৰ জন্ম দিন

समानार्थी : দিন

अर्थ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

उदाहरणे : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

समानार्थी : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ

अर्थ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

उदाहरणे : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

समानार्थी : তিথি, বার্ষিকী, ্পর্ব

अर्थ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

उदाहरणे : এদিনত আঠটা প্রহৰ থাকে

समानार्थी : তিথি, দিন

अर्थ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

उदाहरणे : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

समानार्थी : দিন

चौपाल