सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
उदाहरणे : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
समानार्थी : অট্টালিকা, ইমাৰত, কাৰেং, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাউলি, হাবেলি
अर्थ : যিটো ভৱন অতি ওখ
उदाहरणे : তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
समानार्थी : অট্টালিকা, আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত
स्थापित करा