अर्थ : ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ গছৰ সুগন্ধি ছাল
उदाहरणे :
মায়ে আজি পোলাওত ডালচেনি দিবলৈ পাহৰিলে
समानार्थी : ডালচেনি
अर्थ : সুগন্ধি ছালযুক্ত একপ্রকাৰৰ গছ যাৰ ছাল মছলা হিচাপে ব্যৱহাৰ কৰা হয়
उदाहरणे :
কেৰেলাত দালচেনিৰ খেতি কৰা হয়