पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দাবী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দাবী   বিশেষ্য

अर्थ : কোনো বস্তুৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য

उदाहरणे : ছোৱালীয়েও নিজৰ পৈতৃক সম্পত্তিৰ দাবী কৰিব পাৰে

अर्थ : দৃঢ়তাপূর্ক কথন

उदाहरणे : আপোনাৰ ৰামৰ সন্দর্ভত এই ্দাবী উচিত হোৱা নাই

अर्थ : সত্যতা নিৰূপণৰ কাৰণে কোনো কথা কোৱাৰ সাহস

उदाहरणे : মই এইটো দাবীৰে সৈতে কʼব পাৰোঁ যে ইয়াত ভেজাল আছে

अर्थ : সম্পত্তি অথবা অধিকাৰৰ ৰক্ষাৰ বা প্রাপ্তিৰ কাৰণে চলোৱা মোকর্দ্্মা

उदाहरणे : বিৰলাই প্রিয়ম্বদাৰ দান-পত্রৰ বিৰুদ্ধে দাবী কৰিলে

चौपाल