अर्थ : লিখনি আদিত কোনো বাক্যৰ শেষ হʼলে তাৰ অন্তত লগোৱা যতি চিহ্ন
उदाहरणे :
আজি কালি হিন্দী লিখনিত দাড়ি(।)ৰ ঠাইত ফোট (.) ব্যৱহাৰ কৰে
अर्थ : পুৰুষৰ থুতৰিত ওলোৱা চুলি
उदाहरणे :
অধিকাংশ মনীষী ব্যক্তিয়ে দাড়ি ৰাখিছিল