सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
उदाहरणे : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
समानार्थी : অপযশ, কলংক, কালিমা, লাঞ্ছনা
अर्थ : ফল আদিৰ ওপৰত পৰা দাগ
उदाहरणे : মোক এই দাগ লগা ফলবোৰ নালাগে
अर्थ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল
उदाहरणे :
समानार्थी : চেক, চেকা, দাগী, ধাব্বা, নিচান
अर्थ : সৰু দাগ বা চিহ্ন
उदाहरणे : পখিলাৰ পাখিত ৰংচঙীয়া দাগ থাকে
समानार्थी : ছিটিকনি
स्थापित करा