अर्थ : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
उदाहरणे :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
समानार्थी : দালি
अर्थ : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
उदाहरणे :
মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
समानार्थी : দাইলৰ তৰকাৰী