पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দাঁত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দাঁত   বিশেষ্য

अर्थ : মানুহৰ মুখত পোৱা দাঁত যাৰ সংখ্যা বত্রিশটা

उदाहरणे : তেওঁ পুৱা-গধূলি নিজৰ ্দাঁত পৰিষ্কাৰ কৰে

समानार्थी : দন্ত বিন্যাস

अर्थ : মুখৰ ভিতৰত তলে-ওপৰে দুশাৰী হৈ থকা সৰু জোঙা আহাৰ চোবোৱা হাড়ৰ অঙ্গ

उदाहरणे : দুর্ঘটন্াত তেওঁৰ্ কেইবাটাও দাঁত সৰিল

समानार्थी : দংষ্ট্র, দন্ত, দন্তক, দশন, বিষাণ

अर्थ : দাঁতৰ আকাৰৰ কোনো বস্তুৰ ওলাই থকা অংশ বিশেষ

उदाहरणे : এই ফনীখনৰ ভালেকেইটা দাঁত ভাঙি থাকিল

चौपाल