सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
उदाहरणे : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
समानार्थी : অৱস্থা, স্থিতি
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरणे : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
समानार्थी : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
अर्थ : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল
उदाहरणे : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে
समानार्थी : গ্রহ দশা, গ্রহৰ দশা
स्थापित करा