अर्थ : দলিত ্বর্গৰ সদস্য
उदाहरणे :
চৰকাৰে দলিতৰ বিকাশৰ কাৰণে শক্তিশালী পদক্ষেপ লʼব লাগে
समानार्थी : দলিত ব্যক্তি
अर्थ : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
उदाहरणे :
বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
समानार्थी : পদদলিত
अर्थ : যি দৰিদ্র আৰু পীড়িত
उदाहरणे :
চৰকাৰে দলিত সমাজৰ বিকাশৰ কাৰণে কাম কৰা উচিত