पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দলিওৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দলিওৱা   ক্ৰিয়া

अर्थ : দলিয়াই দিয়া

उदाहरणे : তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে

अर्थ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

उदाहरणे : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

समानार्थी : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা

अर्थ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

उदाहरणे : ডাষ্টবিনত জাবৰ পেলোৱা হয়

समानार्थी : দলিয়া, নিক্ষেপ কৰা, পেলোৱা

अर्थ : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা

उदाहरणे : লʼৰাটোৱে খেলনাটো দলিয়ালে

समानार्थी : লদিওৱা

अर्थ : আনৰ হতুৱাই দলিয়া

उदाहरणे : মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে

चौपाल