अर्थ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
उदाहरणे :
আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
समानार्थी : লাখুটি
अर्थ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
उदाहरणे :
শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
समानार्थी : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
अर्थ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
उदाहरणे :
আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
अर्थ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
उदाहरणे :
কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
समानार्थी : কুমাৰৰ দণ্ড