अर्थ : কঠিনতাৰে কৰা বহুত ভাল কাম
उदाहरणे :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
समानार्थी : অভিজ্ঞতা
अर्थ : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
उदाहरणे :
চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
समानार्थी : কুশলতা
अर्थ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
उदाहरणे :
এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
समानार्थी : দখল