अर्थ : থাইলেণ্ডৰ অধিবাসী
उदाहरणे :
এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
समानार्थी : থাইবাসী, থাইলেণ্ড-বাসী
अर्थ : যি লিপিত থাই ভাষা লিখা হয়
उदाहरणे :
ছোৱালীজনীয়ে বহীখনত থাই লিপি লিখি আছে
समानार्थी : থাই লিপি
अर्थ : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
उदाहरणे :
থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
अर्थ : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
उदाहरणे :
আমি এখন থাই চিনেমা চালোঁ