सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
उदाहरणे : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
समानार्थी : ক্ষেত্র, জেগা, ঠাই, থান, প্রদেশ, ভূমি, স্থল, স্থান
अर्थ : পানী নথকা ভূমি ভাগ
उदाहरणे : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
समानार्थी : ভূ-খণ্ড, ভূ-পৃষ্ঠ, মাটি, স্থল, স্থলভূমি
अर्थ : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
उदाहरणे : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
समानार्थी : আড্ডা, আড্ডাস্থলী, কেন্দ্র, ঘাটি, থলী, স্থল, স্থলী
स्थापित करा