सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
उदाहरणे : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
समानार्थी : দিৱস, বার্ষিকী, ্পর্ব
अर्थ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
उदाहरणे : এদিনত আঠটা প্রহৰ থাকে
समानार्थी : দিন, দিৱস
अर्थ : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন
उदाहरणे : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো
समानार्थी : তাং, তাৰিখ, দিনাংক
स्थापित करा