सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : * পাঁচটা বা তাতকৈ বেছি কোণ থকা এক সমতল আকৃতি..............
उदाहरणे : তৰা বিশেষকৈ প্রতীক হিচাপে ব্যৱহাৰ হয়
समानार्थी : তৰা
अर्थ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড
उदाहरणे : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়
समानार्थी : জ্যোতিষ্ক, তৰা, নক্ষত্র
अर्थ : অভিনয় কৰা স্ত্রী
उदाहरणे : মধুবালা এগৰাকী প্রখ্যাত অভিনেত্রী আছিল
समानार्थी : অভিনেত্রী
स्थापित करा