अर्थ : কোনো বিষয়ৰ প্রধান প্রধান কথাৰ ক্রমবিৱৰণী দিয়া সূচনা
उदाहरणे :
তেওঁ কিনা বস্তুবোৰৰ এখন তালিকা বনালে
समानार्थी : অনুক্রমণিকা, লিষ্ট, সূচী
अर्थ : পৃথক পৃথক স্তম্ভ অথবা শাৰীৰ ৰূপত থকা শ্্ব্দ, পদ, অংক আদিৰ সেই বিন্যাস যʼত সেই শ্্ব্দ, পদ, অংক আদিৰ পাৰস্পৰিক সম্বন্ধ বা কিছুমান বিশেষ তথ্যৰ নির্দেশ ্কৰা থাকে
उदाहरणे :
তালিকাৰ ব্যৱহাৰ অধ্যয়ন, গণনা আদি কৰিবলৈ কৰা হয়
समानार्थी : টেবুল