पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তলা   বিশেষ্য

अर्थ : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম

उदाहरणे : চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল

समानार्थी : তলা-চাবি

अर्थ : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ

उदाहरणे : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে

समानार्थी : ফ্লʼৰ, মহলা

अर्थ : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ

उदाहरणे : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল

समानार्थी : পেচ

তলা   বিশেষণ

अर्थ : মহলা বা খলপাযুক্ত

उदाहरणे : মহানগৰত বহুমহলীয়া ঘৰ বহুত দেখিবলৈ পোৱা যায়

समानार्थी : মহলীয়া

चौपाल