पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তমতমি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তমতমি   বিশেষ্য

अर्थ : খঙেৰে বা ডাবি দি কোৱা কথা

उदाहरणे : দেউতাকৰ ডাবি-ধমকিত দুখ পাই ৰামে ঘৰ এৰি গুচি গʼল

समानार्थी : খং-ৰাগ, ডাবি-ধমকি, ডাবি-্হুঁকি, তর্জন-গর্জন

अर्थ : নিজকে আনতকৈ বহুত বেছি যোগ্য, সমর্থ ্ বা জনা বুলি দেখুওৱা ভাব:অহংকাৰে মানুহৰ পতন আনে

उदाहरणे :

समानार्थी : অতিমান, অতি্দর্প, অস্মিতা, অহংকাৰ, অহংভাব, অহমিকা, আত্মম্ভ, আত্মম্ভৰিতা, আস্পর্দ্ধা, ওফাইদাং, ওৱাইদং, ঔদ্ধত্য, কেৰামত, কেৰামতালি, গণ্ডপ, গপ, গপ-ভেম, গপাগপি, গর্ব্ব, গর্ব্বভ্াব, গহ, গোমঠালি, গোলাপ, টকচালি, টিংখোপ, ডাঙ্কোপ, তায়া, দম্ভ, দর্প, দাম্ভিকতা, ধৃষ্টতা, পায়তাৰা, ফাতিহা, ফিতাহি, ফুটনি, ফোপ-যহ, ফৰমাহি, বেয়াদপি, বৰকথা, বৰমতা, বৰমতালি, বৰাই, ভেম, ভৰক, ভৰকনি, মইমতালি, মতগর্ব, মতমতনি, মহত, মহতালি, হুমঠালি, ্ দম্ভালি, ্ ফর্মাহি

चौपाल