अर्थ : জগতৰ মূল কাৰণ
उदाहरणे :
সাংখ্য দর্শন অনুসৰি তত্ত্বৰ সংখ্যা পঞ্চাশটা বুলি কোৱা হৈছে
अर्थ : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ
उदाहरणे :
এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত
समानार्थी : শ্রেষ্ঠাংশ, সাৰ, সাৰ তত্ত্ব, সাৰ বস্তু