सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পানী বা কোনো দ্রৱ পদার্থত দিয়া
उदाहरणे : স্বামীজীয়ে পানী খাবৰ কাৰণে কমণ্ডলুটো নদীত ডুবালে
अर्थ : নষ্ট বা নিঃশেষ কৰা
उदाहरणे : ঠাকুৰৰ পুতেকে জুৱাত বহুত টকা নষ্ট কৰিলে
समानार्थी : নষ্ট কৰা, বৰবাদ কৰা
अर्थ : পানীৰে ভৰাই দিয়া
उदाहरणे : এদিনৰ বৰষুণেই গোটেই গাওঁখন ডুবাই দিলে
स्थापित करा