अर्थ : লিবিয়াত প্রচলিত মুদ্রা
उदाहरणे :
তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
समानार्थी : লিবিয়ান ডিনাৰ
अर्थ : টিউনিছিয়াত প্রচলিত মুদ্রা
उदाहरणे :
তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
समानार्थी : টিউনিছিয়ান ডিনাৰ
अर्थ : আলজেৰিয়াত প্রচলিত মুদ্রা
उदाहरणे :
তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
समानार्थी : আলজেৰিয়ান ডিনাৰ
अर्थ : ইৰাকত প্রচলিত মুদ্রা
उदाहरणे :
আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
समानार्थी : ইৰাকী ডিনাৰ
अर्थ : ইৰাণত প্রচলিত মুদ্রা
उदाहरणे :
এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
समानार्थी : ইৰাণী ডিনাৰ
अर्थ : কুৱেইটত প্রচলিত মুদ্রা
उदाहरणे :
আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
समानार्थी : কুৱেইটী ডিনাৰ
अर्थ : বাহৰেইনত চলা মুদ্রা
उदाहरणे :
তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী ডিনাৰ পঠিয়ায়
समानार्थी : বাহৰেইনী ডিনাৰ
अर्थ : জর্দানত প্রচলিত মুদ্রা
उदाहरणे :
তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
समानार्थी : জর্দানিয়ান ডিনাৰ