अर्थ : নেদাৰলেণ্ডৰ নিবাসী
उदाहरणे :
সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল
समानार्थी : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী
अर्थ : নেদাৰলেণ্ডত কোৱা ভাষা
उदाहरणे :
ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়
समानार्थी : ওলন্দাজ ভাষা, ডাচ ভাষা
अर्थ : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী
उदाहरणे :
আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো
अर्थ : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী
उदाहरणे :
তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে