पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঠিক কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঠিক কৰা   ক্ৰিয়া

अर्थ : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া

उदाहरणे : ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে

समानार्थी : বাতা, মেৰামতি কৰা

अर्थ : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য

उदाहरणे : শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে

समानार्थी : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা

अर्थ : ভাড়াত কোনো যান-বাহন আদি লোৱা

उदाहरणे : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

समानार्थी : লোৱা

अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

उदाहरणे : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

समानार्थी : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

अर्थ : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা

उदाहरणे : তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে

चौपाल