पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঠিক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঠিক   বিশেষণ

अर्थ : যি কোনো কাম কৰিবৰ বাবে সমর্থ

उदाहरणे : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

समानार्थी : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

अर्थ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

उदाहरणे :

समानार्थी : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

अर्थ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই

उदाहरणे : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে

समानार्थी : যথার্থ, সঁ্চা, সত্য

अर्थ : যেনে হোৱা উচিত তেনেধৰণৰ

उदाहरणे : এই কথাটো মোৰ উচিত যেন লগা নাই

समानार्थी : উচিত, উপযুক্ত, যোগ্য, সঠিক

अर्थ : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে

उदाहरणे : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে

समानार्थी : বিন্যস্ত, ব্যৱস্থিত

अर्थ : যিটো নি্র্ধাৰিত বা নিশ্চিত

उदाहरणे : মই নিশ্চিত ঠাইত উপস্থিত হʼম

समानार्थी : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক

चौपाल