अर्थ : খুব ভালকৈ ভৰি থকা
उदाहरणे :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
अर्थ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
उदाहरणे :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
अर्थ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
उदाहरणे :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
समानार्थी : ভর্তি হোৱা, ভৰি থকা