सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
उदाहरणे :
समानार्थी : জাৰ, শীত, শৈত্য
अर्थ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
उदाहरणे : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
समानार्थी : শান্ত
अर्थ : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই
उदाहरणे : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল
अर्थ : যি উষ্ণ নহয়
उदाहरणे : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে
समानार्थी : শীতল
अर्थ : যʼত শীতলতা আছে
उदाहरणे : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল
समानार्थी : শীতল, ্ চেঁ্চা
अर्थ : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা
उदाहरणे : নীলা এক শীতল ৰং
स्थापित करा