सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি প্রণালীৰে এঠাইৰ পৰা কোৱা কথা অন্য এঠাইত শুনিব পৰা যায়
उदाहरणे : আজিকালি গাঁৱে-গাঁৱে টেলিফোন লগোৱা হৈছে
समानार्थी : দূৰভাষ, ফোন
अर्थ : যি যন্ত্রৰ সহায়ত এঠাইত কোৱা কথা অন্য কোনো ঠাই পর্যন্ত ্শুনা যায়
उदाहरणे : টেলিফোন জন-সংযোগৰ সকলোতকৈ ভাল মাধ্যম
स्थापित करा