सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ
उदाहरणे : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়
समानार्थी : বগী তাম, ৰাং
अर्थ : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র
उदाहरणे : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে
समानार्थी : টেমা, ডিব্বা, বৈয়াম, বয়াম
अर्थ : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া
उदाहरणे : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে
समानार्थी : টেমা
अर्थ : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ
उदाहरणे : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি
समानार्थी : ৰাং
स्थापित करा